ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিজন ভাল গুণৰ অধিকাৰী বা যাৰ কাম আদিৰ দ্বাৰা আনৰ মঙ্গল সাধন হয়
ଉଦାହରଣ : পৃথীৱীত ভাল মানুহ এতিয়াও কমি যোৱা নাই
ସମକକ୍ଷ : উত্তম, ভাল
ଅର୍ଥ : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে
ଉଦାହରଣ : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে
ସମକକ୍ଷ : ভাল, সজ্জন, সাধু, সুজন
ଅର୍ଥ : যʼত সৎগুণ আছে
ଉଦାହରଣ : সৎগুণী লোক প্রশংসাৰ প্রাত্র
ସମକକ୍ଷ : গুণশালী, গুণী, গুণৱান, গুনৱন্ত, সদ্গুণী, সৎগুণী
ସଂସ୍ଥାପନ କରନ୍ତୁ