ଅର୍ଥ : কোনো বিশেষ ঘটনা বা ব্যক্তিৰ স্মৃতিত সজা কোনো সৌধ বিশেষ
ଉଦାହରଣ :
ভাৰতত বহুতো ঐতিহাসিক স্মাৰক আছে
ଅର୍ଥ : কাৰোবাৰ স্মৃতিক ধৰি ৰখা কোনো কাম, পদার্থ ্বা নি্র্মাণ
ଉଦାହରଣ :
মায়ে আইতাৰ স্মৃতিচিহ্নক সযতনে আলমাৰীত থৈ দিলে
ସମକକ୍ଷ : স্মৃতিচিহ্ন