ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ স্বৰূপ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

স্বৰূপ   বিশেষ্য

ଅର୍ଥ : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস

ଉଦାହରଣ :

ସମକକ୍ଷ : অভ্যাস, আত্মভাব, গুণ, চৰিত্র, ধর্ম, ধাত, প্রকৃতি, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ

ଅର୍ଥ : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই

ଉଦାହରଣ :

ସମକକ୍ଷ : আকাৰ, গঠন, গঢ়, মূর্তৰূপ, ৰূপ

ଅର୍ଥ : বস্তু বা ব্যক্তিৰ নিজস্ব গুণ বা ধর্ম

ଉଦାହରଣ : তেওঁ ্ লাজুক স্বভাৱৰ

ସମକକ୍ଷ : চৰিত্র, প্রকৃতি, মেজাজ, স্বভাৱ