ଅର୍ଥ : স্বেচ্ছাচাৰী হোৱা অৱস্থা
ଉଦାହରଣ :
ৰজাৰ স্বেচ্ছাচাৰিতাৰ বাবে প্রজাৰ মাজত ভয় সোমাই আছিল
ଅର୍ଥ : নিজৰ খেয়াল-খুচিমতে অধিকাৰৰ প্রয়োগ কৰা
ଉଦାହରଣ :
ইংৰাজৰ মইমতালিত ভাৰতীয় জনতা অতীষ্ঠ হৈ পৰিছিল
ସମକକ୍ଷ : মইমতালি