ଅର୍ଥ : প্রস্তাৱ আদি মানি লোৱা বা কোনো কাম কৰিবৰ কাৰণে যোগাত্মক ৰূপত স্বীকাৰ কৰা
ଉଦାହରଣ :
প্রাধ্যাপকে আমাৰ এই কামটোক স্বীকৃতি দিলে
ସମକକ୍ଷ : সন্মতি জনোৱা, স্বীকাৰ কৰা, হাঁ কৰা
ଅର୍ଥ : * পৰীক্ষণ বা প্রমাণৰ কাৰণে স্বীকাৰ কৰা
ଉଦାହରଣ :
ন্যায়ালয়ে আপোনাৰ মিছা যুক্তি মানি নলয়
ସମକକ୍ଷ : মানা, স্বীকাৰ কৰা