ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ স্বীকাৰ কৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

স্বীকাৰ কৰা   ক্ৰিয়া

ଅର୍ଥ : প্রস্তাৱ আদি মানি লোৱা বা কোনো কাম কৰিবৰ কাৰণে যোগাত্মক ৰূপত স্বীকাৰ কৰা

ଉଦାହରଣ : প্রাধ্যাপকে আমাৰ এই কামটোক স্বীকৃতি দিলে

ସମକକ୍ଷ : সন্মতি জনোৱা, স্বীকৃতি দিয়া, হাঁ কৰা

ଅର୍ଥ : সহমত হোৱা

ଉଦାହରଣ : মই আপোনাৰ কথা স্বীকাৰ কৰোঁ

ସମକକ୍ଷ : মনা, মানি চলা, ৰাজি হোৱা

ଅର୍ଥ : * কোনো ভূমিকা বা পদ আদি গ্রহণ কৰা

ଉଦାହରଣ : নিজৰ মাজতে বিচাৰ-বিশ্লেষণ কৰি সুৰেশে অধ্যক্ষৰ পদটো গ্রহণ কৰিলে

ସମକକ୍ଷ : গ্রহণ কৰা, লোৱা

ଅର୍ଥ : কোনো বস্তু, ব্যক্তি আদিক নিজৰ বুলি মানি লোৱা

ଉଦାହରଣ : মই হিন্দু ধর্মক স্বীকাৰ কৰোঁ

ସମକକ୍ଷ : মনা, মানি লোৱা

ଅର୍ଥ : * পৰীক্ষণ বা প্রমাণৰ কাৰণে স্বীকাৰ কৰা

ଉଦାହରଣ : ন্যায়ালয়ে আপোনাৰ মিছা যুক্তি মানি নলয়

ସମକକ୍ଷ : মানা, স্বীকৃতি দিয়া

ଅର୍ଥ : কোনো দায়িত্ব, কাম আদি কৰাৰ দায়িত্বভাৰ লোৱা

ଉଦାହରଣ : বিয়াৰ গোটেই দায়িত্বভাৰ মই লʼলোঁ

ସମକକ୍ଷ : গ্রহণ কৰা, লোৱা