ଅର୍ଥ : যাৰ অধিকাৰ নাই
ଉଦାହରଣ :
ঘৰটোত স্বত্বহীন ব্যক্তি এজনে নিজৰ অধিকাৰ সাব্যস্ত কৰি বহি আছে
ସମକକ୍ଷ : অধিকাৰহীন
ଅର୍ଥ : স্বত্বৰ পৰা আঁতৰত
ଉଦାହରଣ :
ফুলপাহ মৰহি স্বত্বহীন হৈ পৰিল
ଅର୍ଥ : অধিকাৰ নিদিয়া বা অধিকাৰ ৰহিত
ଉଦାହରଣ :
আপুনি আমাক বেলেগ কৰাৰ অনধিকাৰ চেষ্টা চলায় আছে
ସମକକ୍ଷ : অনধিকাৰ