ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ স্বচ্ছ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

স্বচ্ছ   বিশেষণ

ଅର୍ଥ : মেঘ নথকা

ଉଦାହରଣ : ৰাতি মেঘহীন আকাশত তৰাবোৰ জিলিকি আছিল

ସମକକ୍ଷ : অভ্রহীন, নির্মেঘ, নি্র্ম্্ল আকাশ, নিৰভ্র, পৰিস্কাৰ আকাশ, মেঘমুক্ত, মেঘশূন্য, মেঘহীন

ଅର୍ଥ : যাৰ সন্মুখত বা মাজত থাকিলেও সিপাৰৰ বস্তু দেখা পোৱা যায়

ଉଦାହରଣ : চিচা এবিধ প্রতিফলক পদার্থ

ସମକକ୍ଷ : প্রতিফলক

ଅର୍ଥ : যʼত কোনো ময়লা বা কলুষতা নাই

ଉଦାହରଣ : শুদ্ধ অন্তৰেৰে ঈশ্বৰক স্মৰণ কৰিব লাগেজুৰিৰ পানী নি্র্মল

ସମକକ୍ଷ : অপংকিল, অপঙ্কিল, অমলিন, কলুষহীন, চাফা, নি্র্মল, পবিত্র, প্রাঞ্জল, পৰিষ্কাৰ, বিমল, বিশুদ্ধ, শুদ্ধ

ଅର୍ଥ : শুদ্ধ বা ভ্রমহীনভাৱে দেখা পোৱা

ଉଦାହରଣ : শিক্ষকজনে ব্লেকবʼর্ডত ্ পাচনতন্ত্রৰ ছবি স্পষ্টকৈ আঁকি বুজাই দিলে

ସମକକ୍ଷ : জলজল পটপট, দেখদেখ, প্রকট, পৰিষ্কাৰ, পৰিস্ফুট, ফটফটীয়া, স্পষ্ট