ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : শৰীৰৰ কোনো অংশত অত্যন্ত বিষোৱা, তেজ গোটমাৰি পূঁজ ্ জমা হৈ সৃষ্টি হোৱা এবিধ উখহা ৰোগ
ଉଦାହରଣ : তেওঁ ্ সদায় ফোঁহোৰাটো পৰিষ্কাৰ কৰি মলম-পট্টি লগায়
ସମକକ୍ଷ : গাঁড়, নাৰেঙা, নাৰেঙ্গা, ফোহা, ফোহোৰা, বিহফোঁহা, ব্রণ, স্ফোট
ଅର୍ଥ : জ্বলিলে বা পুৰিলে চালত পানী জমা হৈ ফুলি উঠা অংশ
ଉଦାହରଣ : জুইয়ে পোৰাত মোহনৰ গাত ঠায়ে ঠায়ে জোলা বান্ধিছে
ସମକକ୍ଷ : জোলা, ঢোপ, ঢৌ, পানীজোলা
ସଂସ୍ଥାପନ କରନ୍ତୁ