ଅର୍ଥ : স্পেইনৰ লোকৰ ভাষা
ଉଦାହରଣ :
ৰণবীৰে ইংৰাজী, স্পেনিছ আৰু ফ্রেন্স ভাষা কʼব পাৰে
ସମକକ୍ଷ : স্পেনিছ ভাষা
ଅର୍ଥ : স্পেইনৰ অধিবাসী
ଉଦାହରଣ :
তেওঁ এজন স্পেনিছৰ লগত ্দুর্ব্যৱহাৰ কৰিলে
ସମକକ୍ଷ : স্পেইনবাসী, স্পেইনী