ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ স্নাতক ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

স্নাতক   বিশেষ্য

ଅର୍ଥ : কোনো বিশ্ববিদ্যালয়ৰ নিম্নতম ডিগ্রী বা উপাধি

ଉଦାହରଣ : মই মুম্বাই বিদ্যাপীঠৰ পৰা স্নাতক কৰিলো

ଅର୍ଥ : যিজনে বিশ্ববিদ্যালয়ৰ নিম্নতম ডিগ্রী বা উপাধি লাভ কৰিবৰ কাৰণে পৰীক্ষা উত্তী্র্ণ হৈছে

ଉଦାହରଣ : ধনৰ অভাৱৰ কাৰণে ভালেসংখ্যক স্নাতকে নিজৰ পঢ়াশুনা বন্ধ ৰাখিবলগীয়া হʼল

ସମକକ୍ଷ : গ্রেজুৱেট

ଅର୍ଥ : যিজনে কোনো গুৰুৰ গৃহত থাকি বিদ্যাৰ অধ্যয়ন আৰু ব্রহ্মচর্য ব্রত ্পালন কৰিছে

ଉଦାହରଣ : স্নাতক জনক সেই বিদ্যাপীঠৰে আচার্য হিচাপে নিযুক্তি দিয়া হৈছে

স্নাতক   বিশেষণ

ଅର୍ଥ : স্নাতকৰ বা স্নাতক সম্বন্ধীয়

ଉଦାହରଣ : স্নাতক ডিগ্রীৰ বাবে আপুনি আবেদন কৰিব পাৰে এই বিশ্ববিদ্যালয়ত স্নাতক পর্যায়ত এটা অনিবার্য ্ভাষা শিক্ষণৰ ব্যৱস্থা আছে