ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ স্থিৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

স্থিৰ   বিশেষণ

ଅର୍ଥ : যিজন বিচলিত নহয়

ଉଦାହରଣ : অবিচলিত লোকে নিজৰ লক্ষ্যত সহজেই উপনীত হয়

ସମକକ୍ଷ : অবিচল, অবিচলিত

ଅର୍ଥ : যি সিদ্ধান্ত সলনি নহয়

ଉଦାହରଣ : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল

ସମକକ୍ଷ : অটল, অবিচল, একনিষ্ঠ, একাগ্র, দৃঢ়, নিমগ্ন

ଅର୍ଥ : যি চঞ্চল নহয়

ଉଦାହରଣ : মানুহজন গম্ভীৰ স্বভাৱৰ

ସମକକ୍ଷ : অচঞ্চল, অচপল, গপচ, গম্ভীৰ, গহীন, গহীন-গম্ভীৰ, গুৰু-গম্ভীৰ, ধীৰ, সুগম্ভীৰ

ଅର୍ଥ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই

ଉଦାହରଣ : পাহাৰ-পর্বত স্থিৰ

ସମକକ୍ଷ : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল

ଅର୍ଥ : যʼত তৰঙ্গ উঠি থকা নাই

ଉଦାହରଣ : শ্যামে স্থিৰ পানীতলৈ শিল দলিয়াই আছে

ସମକକ୍ଷ : শান্ত

ଅର୍ଥ : যʼত কোনো পৰি্ৱর্তন ্বা সাল-সলনি নহয় বা একে স্থিতিতে থকা

ଉଦାହରଣ : কিছুমান বস্তুক স্থিৰ তাপমানত ৰখা হয়

ଅର୍ଥ : যাৰ চিত্ত স্থিৰ

ଉଦାହରଣ : স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে

ସମକକ୍ଷ : অচঞ্চল, অমত্ত, প্রশান্ত, শান্ত, স্থিৰচিত্ত

ଅର୍ଥ : যি চলা-ফুৰা কৰিব নোৱাৰে

ଉଦାହରଣ : গছবোৰ সজীৱ সত্ত্বেও অচল

ସମକକ୍ଷ : অচল, অচৰ, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিতিশীল

ଅର୍ଥ : যাৰ গতি নাই, কিন্তু গতি দিব পৰা যায়

ଉଦାହରଣ : গতিহীন গাড়ীখন হঠাৎ চলিবলৈ ধৰিলে

ସମକକ୍ଷ : অগতি, গতিশূন্য, গতিহীন