ଅର୍ଥ : ঘৰ, দলং আদি সজাৰ কলাসন্মত নীতি-নির্দে্শনা থকা শাস্ত্রবিশেষ
ଉଦାହରଣ :
বাস্তুকলাত নিপুণ হোৱাৰ কাৰণে তেওঁ ্বাস্তুশাস্ত্রৰ অধ্যয়ন কৰিছে
ସମକକ୍ଷ : বাস্তুশাস্ত্র
ଅର୍ଥ : স্থাপত্যশিল্পৰ বা স্থাপত্যশিল্প সম্বন্ধীয়
ଉଦାହରଣ :
এই মন্দিৰটো নিজৰ স্থাপত্য বৈভৱৰ বাবে প্রসিদ্ধ