ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : শিল, কাঠ আদিৰে বনোৱা গোলাকাৰ, চাৰিচুকীয়া থিয় ওখ খণ্ড বা এনেকুৱা আকাৰৰ এক গঠন
ଉଦାହରଣ : স্তম্ভৰ পৰা ভগৱান নৰসিংহ আৱি্র্ভাব হৈছিল
ସମକକ୍ଷ : খুটা, পিলাৰ, স্তম্ভ
ଅର୍ଥ : শালিবলৈ ব্যৱহৃত কাঠৰ বা বাঁহৰ খিলি
ଉଦାହରଣ : ৰাতিৰ আন্ধাৰত তেওঁ ্শালত খুন্দা মাৰিলে
ସମକକ୍ଷ : কীলক, শাল
ଅର୍ଥ : যি চলা-ফুৰা কৰিব নোৱাৰে
ଉଦାହରଣ : গছবোৰ সজীৱ সত্ত্বেও অচল
ସମକକ୍ଷ : অচল, অচৰ, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থিতিশীল, স্থিৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ