ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ স্থানু ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

স্থানু   বিশেষ্য

ଅର୍ଥ : শিল, কাঠ আদিৰে বনোৱা গোলাকাৰ, চাৰিচুকীয়া থিয় ওখ খণ্ড বা এনেকুৱা আকাৰৰ এক গঠন

ଉଦାହରଣ : স্তম্ভৰ পৰা ভগৱান নৰসিংহ আৱি্র্ভাব হৈছিল

ସମକକ୍ଷ : খুটা, পিলাৰ, স্তম্ভ

ଅର୍ଥ : শালিবলৈ ব্যৱহৃত কাঠৰ বা বাঁহৰ খিলি

ଉଦାହରଣ : ৰাতিৰ আন্ধাৰত তেওঁ ্শালত খুন্দা মাৰিলে

ସମକକ୍ଷ : কীলক, শাল

স্থানু   বিশেষণ

ଅର୍ଥ : যি চলা-ফুৰা কৰিব নোৱাৰে

ଉଦାହରଣ : গছবোৰ সজীৱ সত্ত্বেও অচল

ସମକକ୍ଷ : অচল, অচৰ, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থিতিশীল, স্থিৰ