ଅର୍ଥ : যিটো বস্তু প্রথমতে থকা স্থানৰ পৰা অন্য কোনো স্থানলৈ পঠিয়াই দিয়া হয়
ଉଦାହରଣ :
স্থানান্তৰিত ব্যক্তিজন কাইলৈৰ পৰা কার্যালয়লৈ আহিব
ଅର୍ଥ : নিজৰ স্থানৰ পৰা আঁতৰ্াই দিয়া
ଉଦାହରଣ :
তেওঁ ্ স্থানচ্যুত বস্তুবোৰ আকৌ নিজৰ নিজৰ ঠাইত ৰাখিছিল
ସମକକ୍ଷ : অপসাৰিত, অপসৃত, দূৰীকৃত, দূৰীভূত, স্থানচ্যুত