ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ স্তম্ভ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

স্তম্ভ   বিশেষ্য

ଅର୍ଥ : শিল, কাঠ আদিৰে বনোৱা গোলাকাৰ, চাৰিচুকীয়া থিয় ওখ খণ্ড বা এনেকুৱা আকাৰৰ এক গঠন

ଉଦାହରଣ : স্তম্ভৰ পৰা ভগৱান নৰসিংহ আৱি্র্ভাব হৈছিল

ସମକକ୍ଷ : খুটা, পিলাৰ, স্থানু

ଅର୍ଥ : ডাঙৰ, উচ্চ আৰু বহুত ডাঙৰ অট্টালিকা

ଉଦାହରଣ : ডাঙৰ চহৰতহে স্তম্ভ দেখিবলৈ পোৱা যায়

ଅର୍ଥ : যিজন ব্যক্তিৰ কথা-বতৰা, তথ্য আদি কোনো সংস্থাৰ কার্য নি্র্ধাৰণৰ আধাৰ স্বৰূপ হয়

ଉଦାହରଣ : মোৰ শিক্ষাগুৰু এই মহাবিদ্যালয়ৰ এক স্তম্ভ স্বৰূপ

ଅର୍ଥ : বাতৰি কাকতৰ পৃষ্ঠা, গ্রন্থ আদিৰ লিখনিৰ ঠিয় বিভাগ যʼত ওপৰৰ পৰা তললৈ কোনো বিশেষ কথা, সংখ্যা আদি থাকে

ଉଦାହରଣ : আপুনি কোনটো স্তম্ভ পঢ়ি আছে

ଅର୍ଥ : কোনো ভৱনৰ লগত সংলগ্ন হৈ থকা বা অকলে থিয় হৈ থকা মানুহে নি্র্মাণ কৰা এক অৱয়ব, যাৰ উচ্চতা তাৰ ব্যাসতকৈ বেছি

ଉଦାହରଣ : মিনাৰৰ ভিতৰত হায়দৰাবাদৰ চাৰমিনাৰ প্রসিদ্ধ

ସମକକ୍ଷ : মিনাৰ