ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : হাতোৰা লগ লাগি থকা হাতৰ অংশ
ଉଦାହରଣ : ৰামে মোৰ কান্ধত খামুচি ধৰিলে
ସମକକ୍ଷ : কান্ধ, স্কন্ধদেশ
ଅର୍ଥ : শৰীৰৰ ডিঙি আৰু বাহুৰ মাজৰ অংশ
ଉଦାହରଣ : হনুমানে ৰাম আৰু লক্ষ্মণক নিজৰ দুই কান্ধত বহুৱাই লৈ সুগ্রীৱৰ ওচৰ পালেগৈ
ସମକକ୍ଷ : কান, কান্ধ, স্কন্ধদেশ
ସଂସ୍ଥାପନ କରନ୍ତୁ