ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সেৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সেৱা   বিশেষ্য

ଅର୍ଥ : জ্যেষ্ঠ, পূজনীয়, স্বামী আদিৰ সুখৰ কাৰণে কৰা কাম

ଉଦାହରଣ : তেওঁ দিন-ৰাতি মাক-দেউতাকৰ সেৱাত ব্রতী হৈ থাকে

ସମକକ୍ଷ : পৰি্চর্যা

ଅର୍ଥ : কোনো বিশেষ বিভাগৰ দায়িত্বত থকা সার্বজনিক বা ৰাজহুৱা কার্য

ଉଦାହରଣ : আজিকালি ৰেল আৰু বিমান সেৱা অধিক সুচল হৈ পৰিছে

ଅର୍ଥ : নকৰ বা চাকৰৰ কাম

ଉଦାହରଣ : এই ঘৰটোৰ সেৱা মই আজি কুৰি বছৰ ধৰি কৰি আহিছো

ଅର୍ଥ : আনৰ বাবে কর্তব্যৰ পালন, স্থানৰ ব্যৱস্থাআৰু সহায়কাৰী উপকৰণ আদি

ଉଦାହରଣ : ইয়াৰ হোটেলবোৰত ভাল সেৱা পোৱা যায়

ଅର୍ଥ : ভৰি চুই আদৰপূর্বক অভিবাদন জনোৱা কার্য

ଉଦାହରଣ : তেওঁ গুৰুক ্সেৱা জনালে

ସମକକ୍ଷ : প্রণাম