ଅର୍ଥ : কোনো সংগ্রাম বা যুদ্ধত ভাগ লোৱা ব্যক্তি
ଉଦାହରଣ :
পোন্ধৰ আগষ্টৰ দিনাখন স্বাধীনতা সেনানীসকলক সন্মান জনোৱা হʼল
ଅର୍ଥ : যুদ্ধৰ কাৰণে প্রশিক্ষিত আৰু অস্ত্র-শস্ত্রৰে সজ্জিত সৈনিক বা চিপাহীৰ গোট
ଉଦାହରଣ :
ভাৰতীয় সেনাবাহিনীয়ে শত্রুৰ শৃংখলা ছেদেলি-ভেদেলি কৰি দিলে
ସମକକ୍ଷ : ফৌজ, সেনা, সেনাদল, সেনাবাহিনী, সৈন্যদল