ଅର୍ଥ : ঘাঁহ-বন বা গছৰ পাতৰ দৰে যি ৰং
ଉଦାହରଣ :
চিত্রকৰজনে ভাটোটোৰ গাত সেউজীয়া ৰং দিছে
ସମକକ୍ଷ : কলপতীয়া, কলপতীয়া ৰং, শ্যামল, শ্যামলিমা, সেউজীয়া বৰণ, সেউজীয়া ৰং, হৰিৎ বৰণ, হৰিৎ্বর্ণ
ଅର୍ଥ : গছ-গছনি সেউজ ৰঙৰ হোৱা ~
ଉଦାହରଣ :
পানী পোৱাৰ লগে লগে ৰʼদত লেৰেলি যোৱা গছজোপা সেউজীয়া হৈ পৰিল
ଅର୍ଥ : যি শুকান বা মৰহি যোৱা নহয়
ଉଦାହରଣ :
এই বাগিচাখনৰ সকলো গছেই সেউজীয়া
ସମକକ୍ଷ : সেউজপূর্ণ, সেউজবুলীয়া, সেউজী
ଅର୍ଥ : যিটো সেউজীয়া বৰণৰ
ଉଦାହରଣ :
গার্ডে সেউজীয়া পতাকা দেখুৱাৰ লগে লগে গাড়ীবোৰ চলিবলৈ ধৰিলে
ସମକକ୍ଷ : হৰিৎ
ଅର୍ଥ : যি মৰহি যোৱা নাই বা যʼত জীৱনী শক্তি আছে
ଉଦାହରଣ :
পানী সিচি দিয়াৰ কাৰণে গৰমতো উদ্ভিদবোৰ সেউজীয়া হৈ আছে
ଅର୍ଥ : যʼত সেউজীয়া গছ-গছনিৰে ভৰি আছে
ଉଦାହରଣ :
জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে মানুহে সেউজীয়া সেউজীয়া হাবিবোৰ কাটিবলৈ ধৰিছে
ସମକକ୍ଷ : সেউজীয়া সেউজীয়া