ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সূর্য ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সূর্য   বিশেষ্য

ଅର୍ଥ : সৌৰজগতৰ আটাইতকৈ ডাঙৰ নক্ষত্র, যিয়ে আমাক তাপ আৰু পোহৰ দিয়ে

ଉଦାହରଣ : সূর্য সকলো শক্তিৰ মূল উৎস সূর্য ্ সৌৰজগতৰ মূল কেন্দ্রবিন্দু

ସମକକ୍ଷ : অংশুমান, অৰুণ, আদিত্য, চকা, চাকা, তপন, দিননাথ, দিবাকৰ, প্রভাকৰ, বেলি, ভানু, ভাস্কৰ, মিহিৰ, সবিতা, সূৰুয, ৰবি

ଅର୍ଥ : চাৰিওফালে গ্রহ-উপগ্রহ আদিয়ে পর্যবেক্ষণ কৰি থকা এক নক্ষত্র বিশেষ

ଉଦାହରଣ : অন্তৰীক্ষত বহুতো সূর্য আছে

ସମକକ୍ଷ : সূর্য্য

ଅର୍ଥ : হিন্দু ধর্মগ্রন্থত বর্ণিত এজন দেৱতা

ଉଦାହରଣ : বেদতো সূর্যদেৱক পূজা কৰাৰ বিধান আছে

ସମକକ୍ଷ : অংশুমান, অংশুমালী, অর্ক, অহঃপতি, অৰুণ, আদিত্য, ঊষাপতি, কমলিনীনায়ক, কাশ্যপেয়, কিৰণমালী, গ্রহপতি, গ্রহৰাজ, চিত্রৰথ, জগচক্ষু, জ্যোতিষ্মান, তপন, তমোঘ্ন, তমোপহ, তমোহৰ, তিমিৰাৰি, দিনকৰ, দিননাথ, দিনপতি, দিনমণি, দিনেশ, দিবাকৰ, দিবানাথ, দিবাবসু, দিবামণি, দ্যুমণি, নভশ্চক্ষু, পদ্মপাণি, পূষণ, প্রভাকৰ, বিবস্বান, বিভাকৰ, বিভাবসু, বেলি, ভানু, ভাস্কৰ, মার্ত্তণ্ড, মিত্র, মিহিৰ, মৰীচিমালী, সপ্তাশ্ববাহন, সহস্রাংশু, সুৰোত্তম, সূর্য ্দেৱতা, সূর্যদেৱ, ৰবি

ଅର୍ଥ : যাৰ সূর্যৰ নিচিনা শক্তি, তীক্ষ্ণতা আদি আছে

ଉଦାହରଣ : সুৰদাসক হিন্দী সাহিত্যৰ সূর্য বুলি কোৱা হয়

ସମକକ୍ଷ : দিনমণি, সূৰজ