ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সূত্র ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সূত্র   বিশেষ্য

ଅର୍ଥ : যি সাংকেতিক পদ বা শ্্ব্দত কোনো বস্তু বনোৱা বা কার্য ্কৰাৰ মূল সিদ্ধান্ত প্রক্রিয়া আদিৰ সংক্ষিপ্ত বিধান নিহিত হৈ থাকে

ଉଦାହରଣ : শক্তিৰ বাবে দিয়া আইনষ্টাইনৰ সূত্রটো কওক

ଅର୍ଥ : কপাহ, ৰেচম আদিৰ পৰা তৈয়াৰ কৰা দীঘল মিহি ্ আঁহ, যি বোৱা-কটাত ব্যৱহাৰ হয়

ଉଦାହରଣ : এই শাৰীখন পাট সূতাৰে তৈয়াৰী

ସମକକ୍ଷ : গুণ, সূতা, ৰজ্জু

ଅର୍ଥ : যাৰ সহায়ত কোনো খবৰৰ উমান লʼব পাৰি উৎস সম্পর্কে অৱগত হʼব ্পাৰি

ଉଦାହରଣ : বিশ্বস্ত সূত্রৰ পৰা জানিব পৰা গৈছে যে কিছুমান পাকিস্তানী চোৰাংচোৱা এই চহৰখনত আছে

ଅର୍ଥ : কম শ্্ব্দৰ দ্বাৰা কোৱা যি বচন বা পদত ডাঙৰ আৰু গূঢ় অর্থ ্থাকে

ଉଦାହରଣ : গুৰুদেৱৰ পৰা মই জীৱন নি্র্বাহৰ সূত্র পালো