ଅର୍ଥ : একাগ্রচিত্ত হৈ বা ধ্যান সহকাৰে চোৱা কার্য
ଉଦାହରଣ :
সন্মুখৰজনৰ সূক্ষ্মপৰীক্ষাৰ পৰা বাচিবৰ কাৰণে তেওঁ চকু তল কৰিলে
ସମକକ୍ଷ : সূক্ষ্মপৰ্যবেক্ষণ
ଅର୍ଥ : অধ্যয়ন কৰা কোনো বিষয়ৰ একাগ্রচিত্তে মনত পেলোৱা এক অৱস্থা
ଉଦାହରଣ :
বৈজ্ঞানিকসকলে ঘণ্টা ধৰি অনুপৰীক্ষাত লাগি আছে
ସମକକ୍ଷ : অনুপৰীক্ষা