ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাক ৰক্ষা কৰা হৈছে
ଉଦାହରଣ : সেনাৰ দ্বাৰা দেশৰ সীমা ভালদৰে সুৰক্ষিত হৈ আছে
ସମକକ୍ଷ : ৰক্ষিত
ଅର୍ଥ : যাক ভালদৰে ৰক্ষা কৰা হৈছে
ଉଦାହରଣ : আপোনাৰ লʼৰাটো মোৰ ওচৰত সুৰক্ষিত হৈ আছে
ଅର୍ଥ : হানি নোহোৱাকৈ থকা এক স্থিতি বা পৰিস্থিতি
ଉଦାହରଣ : আন্ধাৰ হোৱাৰ আগতেই আমি এক সুৰক্ষিত ঠাইত গৈ উপনীত হʼলো
ସମକକ୍ଷ : নিৰাপদ
ସଂସ୍ଥାପନ କରନ୍ତୁ