ଅର୍ଥ : যি বাদ্য বায়ুৰে হেঁ্চা প্রয়োগ কৰি বা জোৰ দি বজোৱা হয়
ଉଦାହରଣ :
বাঁহী এবিধ সুষিৰ বাদ্য
ସମକକ୍ଷ : ফুঁক ্বাদ্য, সুষিৰ বাদ্য
ଅର୍ଥ : যʼত ছিদ্র বা ফুটা আছে
ଉଦାହରଣ :
চালনী ছিদ্রযুক্ত
ସମକକ୍ଷ : ছিদ্রময়, ছিদ্রযুক্ত, সছিদ্র, ৰন্ধ্রযুক্ত