ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি লিখা-পঢ়া জানে বা যিয়ে শিক্ষাগ্রহণ কৰিছে
ଉଦାହରଣ : শিক্ষিতসকলে শিক্ষাৰ প্রচাৰ-প্রসাৰ কৰা উচিত
ସମକକ୍ଷ : পঢ়া-লিখা জনা-, লিখা-পঢ়া জনা-, শিক্ষিত, সাক্ষৰ
ଅର୍ଥ : যিয়ে অধিক বিদ্যা আহৰণ কৰিছে
ଉଦାହରଣ : আজিৰ সভাত কেইবাজনো বিদ্বানে ভাষণ প্রদান কৰিছিল
ସମକକ୍ଷ : কৃতবিদ্য, জ্ঞানী, বিজ্ঞ, বিদগ্ধ, বিদ্বান, বিদ্যাৱান, সুধী
ଅର୍ଥ : যিয়ে ভাল শিক্ষা লাভ কৰিছে
ଉଦାହରଣ : সুশিক্ষিত লোকৰ সংগ লোৱাটো ভাল
ସଂସ୍ଥାପନ କରନ୍ତୁ