ଅର୍ଥ : নিজৰ লাভৰ বাবে সদায় উপযুক্ত সুযোগৰ অপেক্ষাত থকা ব্যক্তি
ଉଦାହରଣ :
আজিকালি সুবিধাবাদীসকলৰহে সন্মান আছে
ସମକକ୍ଷ : সুযোগ-সন্ধানী
ଅର୍ଥ : সুবিধাবাদ সম্বন্ধীয়
ଉଦାହରଣ :
সুবিধাবাদী ব্যক্তিয়েহে উন্নতি কৰে
ଅର୍ଥ : যিয়ে নিজৰ লাভালাভৰ কাৰণে সদায় উপযুক্ত সুযোগৰ অপেক্ষাত থাকে
ଉଦାହରଣ :
সুবিধাবাদী ব্যক্তি বিশ্বাসৰ পাত্র নহয়