ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সুজন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সুজন   বিশেষ্য

ଅର୍ଥ : যিজন ব্যক্তিয়ে সকলোৰে লগত ভাল, মৰমলগা আৰু উচিত ব্যৱহাৰ কৰে

ଉଦାହରଣ : সৎ লোকৰ আদৰ কৰা

ସମକକ୍ଷ : ভাল মানুহ, সজ্জন, সৎপুৰুষ, সৎলোক

সুজন   বিশেষণ

ଅର୍ଥ : যাৰ স্বভাৱ ভাল

ଉଦାହରଣ : সৌম্য লোকে নিজৰ আচৰণৰ দ্বাৰা সকলোৰে হৃদয় জয় কৰে

ସମକକ୍ଷ : সুশীল, সৌম্য

ଅର୍ଥ : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে

ଉଦାହରଣ : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে

ସମକକ୍ଷ : ভাল, সজ্জন, সাধু, সৎ