ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ সীমা নাই
ଉଦାହରଣ : সাধুজনে ভগৱানৰ অসীম লীলাৰ গুণ-গান বখানি আছে
ସମକକ୍ଷ : অপাৰ, অপৰিসীম, অবাধ, অসীম
ଅର୍ଥ : যাৰ বা যʼত কোনো সীমা নাই
ଉଦାହରଣ : তেওঁ সীমাহীন যাত্রাত গৈছে, তেওঁৰ ঘূৰি আহিবলৈ দহ দিনো লাগিব পাৰে বা এশ দিনো লাগিব পাৰে
ସମକକ୍ଷ : নিৰৱধি
ସଂସ୍ଥାପନ କରନ୍ତୁ