ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সীমা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সীমা   বিশেষ্য

ଅର୍ଥ : খেতিপথাৰ আদিৰ সীমা নি্র্ধাৰণ কৰা মাটিৰ ওখ অংশ বা বান্ধ

ଉଦାହରଣ : ককায়েক-ভায়েকৰ মাজত ভাগ-বাটোৱাৰা হোৱাৰ লগে-লগে খেতিপথাৰত বহুকেইটা সীমা বান্ধি দিয়া হʼল

ଅର୍ଥ : কোনো প্রদেশ বা বস্তুৰ চাৰিওফালে বিস্তাৰিত হৈ থকা ঠাইৰ অন্তিম সীমা বা স্থান

ଉଦାହରଣ : ভাৰতবর্ষৰ সীমাত সেনা-জোৱান অতন্দ্র প্রহৰীৰ দৰে থিয় হৈ আছে

ସମକକ୍ଷ : বʼর্ডাৰ, সীমান্ত

ଅର୍ଥ : যি অন্তিম স্থানলৈকে কোনো কথা বা কাম হোৱা উচিত বা হʼব পাৰে

ଉଦାହରଣ : যিকোনো কাম সীমাৰ ভিতৰত থাকি কৰা উচিত