ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পৃথিৱীৰ স্থলভাগ আৱৰি থকা বিশাল জলৰাশি:সাগৰৰ পানী লুণীয়া ব্রহ্মপুত্র নদী বঙ্গোপসাগৰত মিলিত হৈছে
ଉଦାହରଣ :
ସମକକ୍ଷ : অম্বুধি, অম্বুনিধি, অম্ভোধি, উদধি, জলধি, জলধৰ, জলনিধি, জলাধিপ, তোয়ধি, পয়োধি, পয়োনিধি, বাৰিধি, বাৰীন্দ্র, সমুদ্র, সাগৰ, ্ ৰত্নগর্ভা
ଅର୍ଥ : পাকিস্তানৰ অন্তর্গত এখন ্ঠাই
ଉଦାହରଣ : এই কিতাপখন সিন্ধুৰ প্রাচীন ইতিহাসৰ এক প্রামাণ্য দলিল
ସମକକ୍ଷ : সিন্ধ
ଅର୍ଥ : পঞ্জাবৰ পশ্চিম ভাগৰ এখন নদী
ଉଦାହରଣ : সিন্ধু পঞ্জাবৰ বাবে এক বৰ সিদ্ধ হʼল
ସମକକ୍ଷ : সিন্ধু নদী
ସଂସ୍ଥାପନ କରନ୍ତୁ