ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সিংহলী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সিংহলী   বিশেষ্য

ଅର୍ଥ : সিংহল দ্বীপৰ অধিবাসী

ଉଦାହରଣ : সিংহলী আৰু তামিল দুয়োপক্ষই শ্রীলংকাৰ সমস্যাৰ শীঘ্রে সমাধান হোৱাটো বিচাৰে

ସମକକ୍ଷ : শ্রীলংকা বাসী, শ্রীলংকা-বাসী, শ্রীলংকাবাসী, সিংহল

ଅର୍ଥ : সিংহল দ্বীপৰ ভাষা

ଉଦାହରଣ : শ্রীলংকাত সিংহলী তথা তামিল দুয়োটা ভাষাৰ প্রচলন আছে

ଅର୍ଥ : পালি, সিংহলী আদি ভাষা লিখা লিপি

ଉଦାହରଣ : তেওঁ সিংহলীত লিখা শ্্ব্দবোৰ পঢ়িবলৈ চেষ্টা কৰি আছে

ସମକକ୍ଷ : সিংহলী লিপি

সিংহলী   বিশেষণ

ଅର୍ଥ : সিংহল দ্বীপ বা সিংহল দ্বীপৰ সৈতে সম্বন্ধ থকা

ଉଦାହରଣ : সিংহলী সমস্যাই দেশৰ বিকাশত বাধা-প্রদান কৰি আছে

ସମକକ୍ଷ : শ্রীলংকান

ଅର୍ଥ : সিংহল দ্বীপত থকা

ଉଦାହରଣ : বোমা বিস্ফোৰণত ভালেমান সিংহলী সৈন্য নিহত হʼল

ଅର୍ଥ : সিংহলী ভাষা সম্বন্ধীয় বা সিংহলী ভাষাৰ

ଉଦାହରଣ : মই সিংহলী সাহিত্য পঢ়িবলৈ ভাল পাওঁ