ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ডিঙিত কেশৰ থকা মেকুৰী প্রজাতিৰ আটাইতকৈ বেছি বলবান হিংস্র বনৰীয়া জন্তু
ଉଦାହରଣ : কবিয়ে এই কবিতাটোত শিৱাজীক সিংহৰ লগত তুলনা কৰিছে
ସମକକ୍ଷ : কেশৰী, পশুৰাজ, মৃগপতি, মৃগেন্দ্র, মৃগৰাজ
ଅର୍ଥ : জ্যোতিষ শাস্ত্র অনুসৰি দ্বাদশ ৰাশিৰ মাজৰ পঞ্চম ৰাশি
ଉଦାହରଣ : এই সময়ত সূর্য্য সিংহত আছে
ସମକକ୍ଷ : সিংহ ৰাশি, সিংহৰাশি
ଅର୍ଥ : সিংহ জাতিৰ মতা
ଉଦାହରଣ : সিংহৰ ডিঙিত দীঘল দীঘল কেশৰ থাকে
ସମକକ୍ଷ : কেশৰী, পশুৰাজ, মতা সিংহ, মৃগপতি, মৃগেন্দ্র, মৃগৰাজ
ସଂସ୍ଥାପନ କରନ୍ତୁ