ଅର୍ଥ : সাৱধান কৰিবৰ কাৰণে প্রথমৰ পৰা জাননী দিয়া
ଉଦାହରଣ :
বতৰবিজ্ঞান বিভাগে মাছমৰীয়াসকলক সাগৰলৈ নাজাবলৈ সতর্ক্্বাণী শুনালে
ସମକକ୍ଷ : সতর্ক ্কৰা, সতর্ক্্বাণী শুনা, সাৱধানবাণী শুনা
ଅର୍ଥ : সাৱধান বা হুচিয়াৰ কৰা
ଉଦାହରଣ :
মাক-দেউতাকে নিজৰ লʼৰা-ছোৱালীক ভুল নকৰিবৰ কাৰণে সদায় সাৱধান কৰি থাকে
ସମକକ୍ଷ : সকিয়াই থকা