ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সাহিত্য ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সাহিত্য   বিশেষ্য

ଅର୍ଥ : কোনো বিষয়ত, কবি বা লেখকৰ সৈতে সম্বন্ধ ৰখা সকলো গ্রন্থ আৰু লেখা আদিৰ সমূহ

ଉଦାହରଣ : অসমীয়াত বৈষ্ণৱ সাহিত্যৰ বিশেষ ধৰণৰ গুৰুত্ব

ଅର୍ଥ : কোনো ভাষা অথবা দেশৰ সকলো গ্রন্থ, লেখা আদিৰ সমূহ

ଉଦାହରଣ : সাহিত্য সমাজৰ দাপোণ স্বৰূপ

ଅର୍ଥ : সাহিত্যৰ অধ্যয়ন কৰা শিক্ষাৰ এক বিশেষ ধৰণৰ শাখা

ଉଦାହରଣ : তেওঁ অসমীয়া সাহিত্যত এম এ কৰিছে