ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সার্বজনীন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সার্বজনীন   বিশেষণ

ଅର୍ଥ : সকলো দেশীয় ্ পর্যায়ৰ

ଉଦାହରଣ : ভাৰতে সর্বদেশীয় প্রতিযোগিতাৰ অভ্যর্থন্া কৰিছে

ସମକକ୍ଷ : সর্বদেশীয়, সার্বভৌমিক

ଅର୍ଥ : গোটেই পৃথিৱী বা সমগ্র বিশ্বৰ সকলো দেশৰ সৈতে সম্বন্ধ বজাই ৰখা বা তাৰ মাজত হোৱা

ଉଦାହରଣ : ভাৰতে সদায় সার্বজনীন উন্নতিৰ কথা কৈ আহিছে

ଅର୍ଥ : প্রায় সকলো ব্যক্তিৰ, উপলক্ষ, অৱস্থা আদিত পাব পৰা বা তাৰ সৈতে সম্বন্ধ ৰাখোঁতাজন

ଉଦାହରଣ : সাক্ষৰতাৰ সন্দর্ভত বিচাৰ-বিবেচনা কৰিবৰ কাৰণে সামূহিক সভাৰ আয়োজন কৰা হʼল

ସମକକ୍ଷ : সামূহিক, ৰাজহুৱা