ଅର୍ଥ : সজ্জন হোৱা ভাব
ଉଦାହରଣ :
ভদ্রতা এটি বহুত ডাঙৰ গুণ
ସମକକ୍ଷ : ঋজুতা, ভদ্রতা, সজ্জনতা, সৌহার্দ্যতা
ଅର୍ଥ : যি ব্যৱহাৰত ভাল ভাব থাকে
ଉଦାହରଣ :
আমি সকলোৰে লগত সদব্যৱহাৰ কৰিব লাগে সদ্ ব্যৱহাৰে মানুহৰ মৰম বঢ়ায়
ସମକକ୍ଷ : ভাল ব্যৱহাৰ, সদব্যৱহাৰ, সদাচাৰ, সদাচৰণ, সদ্ব্যৱহাৰ, সুব্যৱহাৰ, সৎব্যৱহাৰ সদ্ ব্যৱহাৰ