ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সাধু ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সাধু   বিশেষ্য

ଅର୍ଥ : জনসাধাৰণ বিশেষকৈ গ্রাম্যলোকৰ মাজত প্রচলিত গাথা বা কাহিনী

ଉଦାହରଣ : সৰুতে আইতাৰ পৰা সাধু শুনিবলৈ খুউব জোৰ কৰিছিলো

ସମକକ୍ଷ : গল্প, লোক কথা, লোক কাহিনী, লোককথা

ଅର୍ଥ : সংসাৰিকতাৰ পৰা আঁতৰি থকি ধার্মিক জীৱন কটোৱা পুৰুষ

ଉଦାହରଣ : সাধুৰ জীৱন পৰোপকাৰতেই পাৰ হয়

ସମକକ୍ଷ : মহাত্মা, সন্ত

ଅର୍ଥ : সন্ন্যাস আশ্রমত থকা বা তাৰ নিয়ম পালন কৰা ব্যক্তি

ଉଦାହରଣ : চিত্রকূটত মই এজন ডাঙৰ সন্ন্যাসীক লগ পালো

ସମକକ୍ଷ : বৈৰাগী, সন্ত, সন্ন্যাসী

সাধু   বিশেষণ

ଅର୍ଥ : মনত কোনো বেয়া ভাব বা কপটতা নৰখা

ଉଦାହରଣ : গুণী ব্যক্তিয়ে সকলোতে সন্মান লাভ কৰে

ସମକକ୍ଷ : অকপটীয়া, ঋজু, গুণী, যোগ্য, সজ, সত্যাচাৰী, সদাচাৰী, ৰিজু

ଅର୍ଥ : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে

ଉଦାହରଣ : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে

ସମକକ୍ଷ : ভাল, সজ্জন, সুজন, সৎ