ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : জনসাধাৰণ বিশেষকৈ গ্রাম্যলোকৰ মাজত প্রচলিত গাথা বা কাহিনী
ଉଦାହରଣ : সৰুতে আইতাৰ পৰা সাধু শুনিবলৈ খুউব জোৰ কৰিছিলো
ସମକକ୍ଷ : গল্প, লোক কথা, লোক কাহিনী, লোককথা
ଅର୍ଥ : সংসাৰিকতাৰ পৰা আঁতৰি থকি ধার্মিক জীৱন কটোৱা পুৰুষ
ଉଦାହରଣ : সাধুৰ জীৱন পৰোপকাৰতেই পাৰ হয়
ସମକକ୍ଷ : মহাত্মা, সন্ত
ଅର୍ଥ : সন্ন্যাস আশ্রমত থকা বা তাৰ নিয়ম পালন কৰা ব্যক্তি
ଉଦାହରଣ : চিত্রকূটত মই এজন ডাঙৰ সন্ন্যাসীক লগ পালো
ସମକକ୍ଷ : বৈৰাগী, সন্ত, সন্ন্যাসী
ଅର୍ଥ : মনত কোনো বেয়া ভাব বা কপটতা নৰখা
ଉଦାହରଣ : গুণী ব্যক্তিয়ে সকলোতে সন্মান লাভ কৰে
ସମକକ୍ଷ : অকপটীয়া, ঋজু, গুণী, যোগ্য, সজ, সত্যাচাৰী, সদাচাৰী, ৰিজু
ଅର୍ଥ : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে
ଉଦାହରଣ : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে
ସମକକ୍ଷ : ভাল, সজ্জন, সুজন, সৎ
ସଂସ୍ଥାପନ କରନ୍ତୁ