ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কার্য আৰম্ভ কৰি সিদ্ধ বা সম্পূর্ণ ্কৰা কার্য
ଉଦାହରଣ : তেওঁ ্যোগৰ দ্বাৰা স্বাস্থ্য সাধনত নিপুনতা লাভ কৰিলে
ଅର୍ଥ : যাৰ সহায়ত কোনো কাম সমাধা কৰা হয়
ଉଦାହରଣ : কুঠাৰ এবিধ সাধাৰণ সঁজুলি
ସମକକ୍ଷ : উপকৰণ, যতন, সঁজুলি, হাতিয়াৰ, হাথিয়াৰ
ଅର୍ଥ : যাৰ দ্বাৰা বা যাৰ সহায়ত কোনো কাম আদি সিদ্ধি হয়
ଉଦାହରଣ : বাহন ভ্রমণৰ এক মাধ্যম
ସମକକ୍ଷ : মাধ্যম
ଅର୍ଥ : কোনো বস্তু সাজিবলৈ বা কোনো কামত ব্যৱহৃত বস্তু
ଉଦାହରଣ : তেওঁ ্ বজাৰৰ পৰা নিজৰ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ খেলা সামগ্রী কিনিলে
ସମକକ୍ଷ : উপকৰণ, সামগ্রী
ସଂସ୍ଥାପନ କରନ୍ତୁ