ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সাক্ষ্য ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সাক্ষ্য   বিশেষ্য

ଅର୍ଥ : কোনো ঘটনা আদিৰ বিষয়ত কাৰোবাৰ সন্মুখত এইবুলি কোৱা কার্য যে এনেকুৱাই হʼল বা নহʼল বা এনেকুৱাই হয় বা নহয়

ଉଦାହରଣ : আজিকালি মানুহে টকাৰ কাৰণে মিছা সাক্ষীও দিবলৈ কুণ্ঠাবোধ নকৰে

ସମକକ୍ଷ : সাক্ষী

ଅର୍ଥ : কোনো কথাৰ সত্য বা অসত্য নি্র্ণয় কৰিবলৈ দিয়া বক্তব্য বা তত্ত্ব

ଉଦାହରଣ : প্রমাণ নোপোৱাৰ কাৰণেই অপৰাধীজন বাচি গʼল

ସମକକ୍ଷ : চবুত, প্রমাণ