ଅର୍ଥ : যিটো সংকেতৰ ৰূপত আছে
ଉଦାହରଣ :
তেওঁলোক দুজনে সাংকেতিক ভাষাত কথা পাতি আছে
ଅର୍ଥ : সংকেত দিয়া
ଉଦାହରଣ :
শিশুটোৱে দোকানত সাংকেতিক খেলনাটো লʼবৰ কাৰণে জিদ ধৰিছিল
ସମକକ୍ଷ : সংকেতপূর্ণ, সংকেতময়, সঙ্কেতপূর্ণ, সঙ্কেতময়, সাঙ্কেতিক