ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : একে মাক-দেউতাকৰ সন্তান
ଉଦାହରଣ : শ্যাম মোৰ সহোদৰ ভাই
ସମକକ୍ଷ : একেগর্ভী, নিজা ভাই, সোদৰ
ଅର୍ଥ : যি একে মাকৰ গর্ভৰ্ পৰা জন্মিছে
ଉଦାହରଣ : সম্পত্তি এনে এক বস্তু যি সহোদৰ ভায়েকসকলৰ মাজতো মনোমালিন্যৰ সৃষ্টি কৰিব পাৰে
ସମକକ୍ଷ : একেগর্ভী, সোদৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ