ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সহা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সহা   ক্ৰিয়া

ଅର୍ଥ : ভাল নোপোৱা কোনো বস্তু, ব্যক্তি বা পৰিস্থিতিক নিবিচৰা স্বত্বেও স্বীকাৰ কৰি লোৱা:বিয়াৰ পিছত শীলাই বহুত দিনলৈকে শহুৰেকৰ ঘৰৰ অত্যাচাৰ সহ্য কৰি থাকিল নিজৰ ভনীয়েকৰ কাৰণেই তেওঁ সকলো অপমান মানি লʼলে

ଉଦାହରଣ :

ସମକକ୍ଷ : মানা, মানি লোৱা, সহ্য কৰা

ଅର୍ଥ : হৈ থকা অপৰাধৰ বিৰুদ্ধে একো নোকোৱা

ଉଦାହରଣ : ইংৰাজৰ শাসনকালত ভাৰতবাসীয়ে বহুত সহ্য কৰিছিল

ସମକକ୍ଷ : সহ্য কৰা