ଅର୍ଥ : যিজন সদায় কাৰোবাৰ লগত থাকে
ଉଦାହରଣ :
ৰাম আৰু শ্যাম প্রকৃত সহযোগী কিয়নো তেওঁলোক যʼলৈ যায় একেলগে যায়
ଅର୍ଥ : যি ব্যক্তিয়ে কোনো কাম আদিত সহযোগ কৰে
ଉଦାହରଣ :
এই কামত তেওঁ ্ মোৰ সহযোগী
ସମକକ୍ଷ : সহকাৰী, সহযোগকাৰী, সহযোগী ব্যক্তি, সহায়ক