ଅର୍ଥ : সস্তা বা কম মূল্যৰ এক অৱস্থা বা ভাব
ଉଦାହରଣ :
অল্পমূল্যতাৰ কাৰণে বস্তুবোৰৰ বিক্রী বাঢ়িছে
ସମକକ୍ଷ : অল্পমূল্যতা
ଅର୍ଥ : সস্তা হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ :
আজিকালি বজাৰত সস্তাৱস্থা কʼত আছে ?
ଅର୍ଥ : যি সময়ত কোনো বস্তু সস্তাত পোৱা যায়
ଉଦାହରଣ :
এই ঘড়ীটো সস্তাৱস্থাত কিনিছিলোঁ