ଅର୍ଥ : কোনো সমূহৰ সকলোতকৈ ভাল মানুহ বা বস্তু
ଉଦାହରଣ :
এই যুদ্ধত আমাৰ সেনাৰ কিছুমান সর্বোত্তম ছহিদ হʼল
ସମକକ୍ଷ : সর্বোত্তম
ଅର୍ଥ : যি সকলোতকৈ শ্রেষ্ঠ বা উত্তম
ଉଦାହରଣ :
মনোজক বিদ্যালয়ৰ সর্বশ্রেষ্ঠ ছাত্র হিচাপে নি্র্বাচন কৰা হৈছে
ସମକକ୍ଷ : অন্যতম, সর্বশ্রেষ্ঠ, সর্বোত্তম