ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তু, প্রাণী আদিৰ শৰীৰৰ সম্পূর্ণ অংগ বা বিভাগ
ଉଦାହରଣ : এই সংস্থাটোৰ সর্বাংগতে ভ্রষ্টাচাৰ বিয়পিছে
ସମକକ୍ଷ : গোটেই দেহ, পূর্ণাংগ, পূর্ণাঙ্গ, সকলো অংশ, সর্বাংগ, সর্বাঙ্গ
ଅର୍ଥ : প্রতিটো দিশতে
ଉଦାହରଣ : চিকাগো সন্মিলনৰ পিছত স্বামী বিবেকানন্দৰ খ্যাতি চাৰিওফালে বিয়পি পৰিল
ସମକକ୍ଷ : চাৰিওফালে, চৌদিশে, সকলোতে
ସଂସ୍ଥାପନ କରନ୍ତୁ