ଅର୍ଥ : ভোজন কৰাৰ নিশ্চিত সময়
ଉଦାହରଣ :
আজিও আমাৰ দেশৰ দুখীয়াসকলে দিনে দুবেলা খাবলৈ নাপায়
ସମକକ୍ଷ : বেলা
ଅର୍ଥ : যি সাধন স্বৰূপ সময়াবধি কাৰোবাৰ নিয়ন্ত্রণত থাকে
ଉଦାହରଣ :
মোৰ ওচৰত খাবৰ বাবেও সময় নাই মোৰ বেছিভাগ সময় আপোনাৰ এই কামতেই গুছি গʼল
ଅର୍ଥ : * যিখিনি সময়ক লৈ কাৰোবাৰ জীৱন গঢ় লৈ উঠিছে
ଉଦାହରଣ :
ৰজাৰ শেষৰ সময়খিনি বৰ কষ্টদায়ক আছিল
ସମକକ୍ଷ : মুহূর্ত
ଅର୍ଥ : কোনো বিশেষ অৱস্থাত কোনো কাম কৰাৰ কাৰণে বা নিজৰ দায়িত্ব সম্পূর্ণ ্কৰাৰ কাৰণে পোৱা সময়
ଉଦାହରଣ :
ঋণ পৰিশোধ কৰাৰ কাৰণে আপোনাক আৰু চাৰিদিনৰ সময় দিয়া হৈছে