ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সম্রাজ্ঞী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সম্রাজ্ঞী   বিশেষ্য

ଅର୍ଥ : ৰজাৰ পত্নী

ଉଦାହରଣ : ৰজা দশৰথৰ তিনিগৰাকী পত্নী আছিল

ସମକକ୍ଷ : চুলতানা, পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, বেগম, মহাদৈ, মহাৰাণী, মহিষী, মাদৈ, ৰাজ-ৰাজেশ্বৰী, ৰাজ্ঞী, ৰাজৰাণী, ৰাণী

ଅର୍ଥ : সম্রাটৰ পত্নী

ଉଦାହରଣ : কিছুমান সম্রাজ্ঞীয়ে ৰাজকার্য পৰিচালনাত সম্রাটক সহায় কৰিছিল

ସମକକ୍ଷ : চুলতানা, বেগম, মহাৰাজ্ঞী, সংৰাজ্ঞী, সম্রাট পত্নী, ৰাজ ৰাজেশ্বৰী, ৰাজৰাজেশ্বৰী

ଅର୍ଥ : কোনো সাম্রাজ্যৰ মহিলা শাসক বা অধিকাৰী:ভাৰতৰ ইতিহাসত কোনো প্রসিদ্ধ সম্রাজ্ঞীৰ উল্লেখ পোৱা নাযায়

ଉଦାହରଣ :

ସମକକ୍ଷ : চুলতানা, মহিষী, সাম্রাজ্য অধিকাৰিণী, ৰাজ-ৰাজেশ্বৰী, ৰাজ্ঞী, ৰাজৰাণী

ଅର୍ଥ : * কোনো বিশেষ খেলৰ ক্ষেত্রত শী্র্ষত ্ বা সকলোতকৈ ওপৰত থকা খেলুৱৈ

ଉଦାହରଣ : ফেডাৰাৰ টেনিচৰ সম্রাট চানিয়াও কেতিয়াবা টেনিচৰ ৰাণী হৈ যাব পাৰে

ସମକକ୍ଷ : ওজা, বাদশ্বাহ, মহাৰজা, মহাৰাণী, সম্রাট, ৰজা, ৰাণী