ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সম্পূর্ণ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সম্পূর্ণ   বিশেষ্য

ଅର୍ଥ : সমাপ্ত হোৱাৰ ভাব বা কার্য

ଉଦାହରଣ : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল

ସମକକ୍ଷ : অন্ত, অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সাং

সম্পূর্ণ   ক্ৰিয়া বিশেষণ

ଅର୍ଥ : সম্পূর্ণ ৰূপত

ଉଦାହରଣ : এই কথাটো সম্পূর্ণ মিছা তেওঁ ্ৰাস্তাটোৰ একদম সোঁমাজত থিয় হৈ আছিল

ସମକକ୍ଷ : একদম, একেবাৰে

সম্পূর্ণ   বিশেষণ

ଅର୍ଥ : যি ্ সর্বতোপ্রকাৰে পূর্ণ ্ বা ভৰি থকা

ଉଦାହରଣ : লালাজীৰ ঘৰ ধন-ধানেৰে পৰিপূর্ণ

ସମକକ୍ଷ : খুন্দখাই থকা-, ঠাহখাই থকা-, পূর্ণ, পৰিপূর্ণ, ভর্তি, ভৰপূৰ

ଅର୍ଥ : কোনো অৱশিষ্ট নথকা

ଉଦାହରଣ : মই কৰা কামটো এতিয়া শেষ হʼল

ସମକକ୍ଷ : খতম, নিষ্পন্ন, নিষ্পাদিত, পূর্ণ, পৰিসমাপ্ত, শেষ, সমাপন্ন, সমাপিত, সমাপ্ত, সম্পন্ন, সম্পাদিত, ্পূৰ

ଅର୍ଥ : আৰম্ভণিৰ পৰা শেষলৈকে

ଉଦାହରଣ : তেওঁ এই ্ঘটনাটোৰ সম্পূর্ণ বর্ণ্্না পুলিচৰ আগত দাঙি ধৰিলে

ସମକକ୍ଷ : আদ্যোপান্ত

ଅର୍ଥ : কোনো অংশ বা খণ্ডৰ গোটেইখিনি

ଉଦାହରଣ : বেঙেনাৰ আঞ্জা বনাবৰ কাৰণে সেইখিনি প্রথমে সম্পূর্ণকৈ ভাজিব লাগে

ସମକକ୍ଷ : পূৰা

ଅର୍ଥ : যিমান আছে সকলোখিনি

ଉଦାହରଣ : এই গাঁওখনৰ মুঠ বাসিন্দা কিমান ?

ସମକକ୍ଷ : মুঠ, সকলো, সমগ্র, সমস্ত, সমুদায়, সর্বমুঠ

ଅର୍ଥ : যʼত একো কম হৈ থকা নাই

ଉଦାହରଣ : তেওঁ নিজৰ বন্ধুক সৈমান কৰিবলৈ সম্পূর্ণ ্চেষ্টা কৰিলে